ৰাজ্যখনত মহিলা সবলীকৰণ হৈছে আমাৰ চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনাসমূহৰ অন্যতম | 'বেটি বচাও, বেটি পঢ়াও' অভিযান সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।মহিলাসকলক আৰ্থিক দিশৰ পৰা সহায় কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত জেণ্ডাৰ বাজেট আৰম্ভ । মহিলা আত্মসহায়ক গোটসমূহলৈ ১০লাখ পৰ্যন্ত সুদবিহীন ঋণ প্ৰদান কৰা হ'ব ।
মহিলা, শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম লোকসকলৰ কল্যাণৰ কাৰণে সমাজ কল্যাণ সঞ্চালকালয় বিভক্ত কৰি মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় আৰু সামাজিক সবলীকৰণ সঞ্চালকালয় হিচাপে স্থাপন কৰা হ'ব ।
'সুগম্য ভাৰত অভিযানৰ' অধীনত চৰকাৰে প্ৰতিটো চৰকাৰী ভৱন, ৰাজহুৱা
স্থানসমূহত বিশেষভাৱে সক্ষম ব্যক্তি সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন
নহয়, সেই অনুসৰি গঢ়ি তোলা হ'ব
0 comments:
Post a Comment