অলিম্পিকলৈ খেলিব যোৱা অসম সন্তান বক্সাৰ শিৱ থাপালৈ অসম চৰকাৰে ১০ লাখ টকা আগবঢ়াইছে। আজি মুখ্যমন্ত্ৰী সোণোৱালে দহ লাখ টকাৰ চেকখনি শিৱৰ পিতৃ পদ্ম থাপাৰ হাতত অৰ্পণ কৰে। উল্লেখ্য যে সমাগত ব্ৰাজিলৰ ৰিঅ' অলিম্পিকত শিৱ থাপাই বক্সিংত ৫৬ কিলো শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment