কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় হত্যা কৰা ৫জন চোৰাং চিকাৰীক আজি আৰক্ষীয়ে আটক কৰিছে। জখলাবন্ধা আৰক্ষীয়ে এক অভিযান চলাই আটক কৰা চোৰাং চিকাৰী কেইজন হৈছে মুস্তাফা আহমেদ, ৰকেট আলি, নিবাৰণ শেখ, আব্দুল মতিলিব আৰু হানিফ আলি।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment