অৱতৰণৰ সময়ত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে আজি তিৰুভনন্তপুৰম ডুবাইৰ মাজত চলা এখনি বিমানত জুই লাগে। এমিৰেটাচ বিমান সংস্থাৰ বিমানখনে তিৰুভনন্তপুৰমৰ পৰা ডুবাইলৈ ৰাওনা হৈছিল । ডুবাই পোৱাৰ আগতে পাইলটে যান্ত্ৰিক বিজুতি হোৱা গম পাই জৰুৰী ভাৱে বিমানখন অৱতৰণ কৰে। ফলত অগ্নিকাণ্ড আৰম্ভ হোৱা বিমান খনৰ পৰা কোনোমতে নামি আহিবলৈ সক্ষম হয় বিমানখনত থকা ২৭৫ জন যাত্ৰী ।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment