ৰাজ্য সভাত আজি প্ৰসৱকালীন ছুটীৰ সংশোধিত বিধেয়কখনি গৃহীত কৰা হয়। সংশোধনি অনুসৰি প্ৰসৱকালীন ছুটী এতিয়াৰ তিনি মাহৰ সলনি ৬ মাহ কৰা হৈছে । এই বিধেয়কখনে চৰকাৰী আৰু ব্যক্তিগত খণ্ড সকলোকে সামৰিব। যিবিলাকত ৫০ৰ অধিক মহিলা কৰ্মচাৰী আছে তাত শিশু পৰিচাৰ্য কেন্দ্ৰ থকাটো বাধ্যতামূলক কৰিছে উক্ত বিধেয়ক।খনে
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment