কয়লা ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা প্ৰকল্প এটাত বিস্ফোৰণ হোৱাৰ বাবে চীনত ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন লোক আহত হৈছে । এই ঘটনাটো আজি সংঘটিত হৈছে চীনৰ হবেই প্ৰভিন্সৰ দায়িংয়ানৰ এটি তাপ বিদ্যুৎ প্ৰকল্পত।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment