হাফলংৰ জেলৰ পৰা পলাল ৪ কয়েদী:: আজি গ্ৰেপ্তাৰ

জেলৰ বাথৰুমৰ বেৰ ভাঙি যোৱা নিশা চাৰিজন কয়েদীয়ে হাফলং জেলৰ পৰা পলাই যাবলৈ সক্ষম হয়। আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰা কয়েদী কেইজন হৈছে কানাইয়া চৌধুৰী , কৃষ্ণ মালাকৰ, হাছান আলি আৰু সন্তোষ মুণ্ডা। আজি আৰক্ষীয়ে এক অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment