মৰ্মান্তিক ঘটনা ::: নলাত পৰি এজনৰ কৰুণ মৃত্যু

বাগছা জিলাৰ আনন্দ বজাৰত আজি বজাৰ বজাৰ কমিতি আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহীৰ বাবে এজন লোকে কৰুণা ভাৱে মৃত্যুক সাৱতি লব লগাত পৰে। মৃত্যু হোৱা ব্যক্তিজন হৈছে বৰটাৰী গাঁৱৰ চিবেন ডেকা(৫২)। ব্যক্তি জনে এটি উন্মুক্ত নলাত হঠাতে পৰি যোৱাৰ বাবে গুৰুতৰ ভাৱে আঘাত পাই মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাটোৱে ৰাইজৰ মাজত শোকৰ ছাঁ পেলোৱাৰ লগতে এক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment