নলবাৰীত খাদ্যত বিষক্ৰীয়া::: ১৫ জনক চিকিৎসালয়ত ভৰ্তি ::

খাদ্যত বিষক্ৰীয়া হোৱাৰ বাবে আজি নলবাৰীত ১৫ জনকৈ লোকক চিকিৎসালয়ত ভৰ্ত্তি কৰিব লগীয়া হৈছে। জিলা খনৰ মৌৰা নামৰ গাওঁখনৰ লোক সকলে এক ধৰ্মীয় অনুষ্ঠানৰ প্ৰসাদ খোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হয়। প্ৰসাদ খোৱাৰ পিছতে এই সকল লোকৰ পেটৰ অসুখ, পেটৰ বিষ আৰু বমি হবলৈ আৰম্ভ হয়। তেওঁলোকক সম্প্ৰতি নলবাৰীৰ মুকুন্দ কাকতি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment