সততে বিতৰ্কই আগুৰি থকা মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ এজন ট্ৰাক চালকক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ অনুসৰি আজি বিধায়কজনে প্ৰদীপ সিং নামৰ ট্ৰাক চালকজনক বেয়াকৈ প্ৰহাৰ কৰে। এইলৈ চালকজনে ধোদৰ আলিৰ নকছাৰী আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে । ইতিমধ্যে চালকজনক নকছাৰী স্বাস্থ্য কেন্দ্রত চিকিৎসা কৰা হয়।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment