৩ জন গড় হত্যাকাৰী চোৰাং চিকাৰী আটক :::

কাজিৰঙাৰ গড় হত্যা কৰা তিনিজন চোৰাং চিকাৰীক আৰক্ষী আৰু বিশেষ কৰ্মী বাহিনীয়ে আজি আটক কৰিবলৈ সক্ষম হৈছে। কাজিৰঙাৰ বাগৰী ৰেঞ্জত আটক কৰা চোৰাং চিকাৰী কেইজন হৈছে--- ছফিকুল ইছলাম, আৰফান আলি আৰু শ্বাহাদত। এওঁলোকে যোৱা ৩ আগষ্টত আমকোঠাৰিত হোৱা গড় হত্যাৰ লগত জড়িত আছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment