প্ৰকৃতিৰ ৰম্য ভূমি মানহ ৰাষ্ট্ৰীয় উদ্যান বাৰিষাৰ বাবে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই কথা সাদৰী কৰিছে মানাহ ব্ৰঘ্য প্ৰকল্পৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই । যোৱা অক্টোবৰ মাহত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু চলিত বৰ্ষত দেশ বিদেশৰ যথেষ্ট সংখ্যক পৰ্যটক আহিছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment