কংগ্ৰেছ দলক এক মোক্ষম আঘাত দি কংগ্ৰেছ ত্যাগ কৰিলে কাৰ্বি পাহাৰৰ বৈঠালাংচুৰ বিধায়ক মানছিং ৰংপিয়ে। কাৰ্বি আংলঙৰ শক্তিশালী নেতাজনে বিধায়ক পদো ত্যাগ কৰিছে । ফলত এতিয়া কাৰ্বি পাহাৰত কংগ্ৰেছ শূণ্য হৈ পৰিল । পৰৱর্তি সময়ত ৰংপিয়ে বিজেপিৰ টিকটত পুনৰ বিধায়ক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment