উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে দেশৰ অৰ্থনীতিক পঙ্গু কৰি দিয়া কলা ধন আৰু অবৈধ সম্পত্তিৰ সামাধানৰ বাবে প্ৰতিবেদন দাখিল কৰিছে । প্ৰতিবেদনত দাখিল কৰা মতে তিনি লাখতকৈ অধিক নগদ ধন লেনদেন কৰিব নোৱাৰিব । অৱশ্যে বেংক যোগে লেনদেন কৰিব পাৰিব । তদুপৰি এজন ব্যক্তিয়ে নগদ ধন ১৫ লাখতকৈ অধিক নিজৰ লগত ৰাখিব নোৱাৰিব। কোনোবাই ৰাখিব খুজিলে তাৰবাবে আয়কৰ বিভাগৰ অনুমতি লব লাগিব । এনে পদক্ষেপৰ ফলত কলা ধন সৰবৰাহ বহু পৰিমাণে হ্ৰাস হব বুলি বিশেষ তদন্তকাৰী গোটটোৱে আশা প্ৰকাশ কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment