চিৰ চেনেহী মোৰ ভাষা জননী । অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সদস্য পদ গ্ৰহণ কৰি অসমৰ জাতীয় জীৱন শক্তিশালী কৰি তুলিবলৈ আগবাঢ়ি আহিছে কেবাজনো বিশিষ্ট ব্যক্তি । তেওঁলোকে অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধি শক্তিশালী কৰাৰ বাবে এক লাখ টকাকৈ অনুদান আগবঢ়াই পৰম সুহৃদ সদস্য পদ গ্ৰহণ কৰিছে। তেওঁলোক হৈছে --- হাগ্ৰামা মহিলাৰী, ৰকিবুল হুছেইন, বদৰউদ্দিন আজমল, দেৰগাওঁৰ নুৰুল চুলতান, গোলাঘাটৰ দিলীপ শৰ্মা , বঙাইগাওঁৰ ৰমলা ৰয় সৰকাৰ, ডিফুৰ তিম'থি দাস হাঞ্চে, মৰিগাওঁৰ মহেন্দ্ৰ হাজৰিকা , গুৱাহাটীৰ অজয় গুপ্তা, ওম প্ৰকাশ চোনী, কৈলাস লোহিয়া, বিজয় সিং ডাগা,বোকাখাতৰ চন্দ্ৰ প্ৰকাশ নিম'দিয়া, নগাওঁৰ প্ৰদীপ শইকীয়া, ধেমাজিৰ মদন মোহন তামুলী, মুহি বৰগোহাই, কমলা কান্ত শৰ্মা, উত্তৰ লক্ষীমপুৰৰ মন প্ৰভা হাজৰিকা আৰু মইনুল ইচলাম মণ্ডল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment