অসম কণ্যাৰ দু:সাহসিক অভিযান::: মটৰ চাইকেলেৰে অতিক্ৰম কৰিব ৮ হেজাৰ কি:মি:

গুৱাহাটীৰ পৰা লেহলৈ ৮০০০ কি:মি: পথ মটৰ চাইকেলেৰ যোৱাৰ এক দু:সাহসিক অতিযান আৰম্ভ কৰিছে দুই অসম কণ্যাই। অসমৰ গড় সংৰক্ষণ আৰু নাৰী সবলীকৰণৰ বাণীৰে যোৱা সোমবাৰে গুৱা�হাটীৰ নিৰ্মালী নাথ আৰু ধৰিত্ৰী টেৰণজিয়ে মটৰ চাইকেলৰে যাত্ৰা আৰম্ভ কৰে। ইতিমধ্যে বঙাইগাওঁ, বিহাৰ , লক্ষ্ণৌ আদিত নিশা কটাই দুয়ো সুকলমে কালি দিল্লীত উপস্থিত হৈছে । ডিঙিত গামোচা লৈ ৰদ বৰষুণকো নেওচি গড় সংৰক্ষণ আৰু নাড়ী সবলীকৰণৰ বিভিন্ন ষ্টিকাৰ, কাৰ্ড আজি দুয়ো বিতৰণ কৰি গৈছে যাত্ৰা পথত। এই অভিযান দুয়ো ২২ দিনত সম্পূৰ্ণ কৰিম বুলি আগবাঢ়িছিল যদিও প্ৰতিকুল বছৰৰ বাবে ২৭ দিনৰ প্ৰয়োজন হব পাৰে।
ফটো::: অনুপম অনিৰুদ্ধ

Share on Google Plus

About Unknown

0 comments:

Post a Comment