আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰা হৈছে । সেইমৰ্মে পেট্ৰ'লৰ প্ৰতি লিটাৰত ২.২৫ টকা আৰু ডিজেলত ৪২ পইচা হ্ৰাস কৰা হৈছে । এয়া এইটো মাহৰ ভিতৰত হোৱা দ্বিতীয়টো হ্ৰাস ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment