বেচৰকাৰী বেংক প্ৰতিষ্ঠান ডি চি বেংকে এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত এক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে । এটিএম কাৰ্ড নোহোৱাকৈয়ে দৃষ্টি নিক্ষেপ কৰিয়ে ধন উলিয়াব পৰা এক ব্যৱস্থা গ্ৰহণ কৰিছে বেংকটিয়ে। এটিএমৰ ডিছপ্লেট সংযুক্ত থকা বায়'মেটিক আইৰিছ বেকড আইপিত দৃষ্টি নিক্ষেপ কৰিয়েই ধন উলিওৱাৰ ই এক নতুন ব্যৱস্থা । এই ব্যৱস্থা বৰ্তমান চেন্নাইত উপলব্ধ হব যদিও অচিৰে অইন ঠাইলৈ সম্প্ৰসাৰণ কৰা হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment