অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাক ৰাজ্য সভাৰ উপাধ্যক্ষ হিচাবে নিযুক্তি দিয়া হৈছে। তেখেতক এই নিযুক্তি দিছে উপ ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ অধ্যক্ষ হামিদ আনছাৰীয়ে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment