কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধীয়ে কালি ভালকৈ এঘুমটি মাৰিলে লোক সভাত । গুজৰাটৰ উনাত এটা গৰু হত্যা কৰা সম্পৰ্কত লোক সভাত গৃহমন্ত্ৰী ৰাজনাথ সিংয়ে কৰা মন্তব্যৰ প্ৰতিবাদত কংগ্ৰেছ দলৰ সদস্য সকলে হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ সময়তে এই কাল ঘুমুটি ৰাহুলৰ। অথচ এই ঘটনাৰ সন্দৰ্ভত তেওঁ বৃহস্পতিবাৰে গুজৰাট যোৱাৰ কথা। উল্লেখ্য যে পূৰ্বতেও ৰাহুলে সদনত বহুবাৰ টোপনি মাৰিছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment