অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাক ৰাজ্য সভাৰ উপাধ্যক্ষ হিচাবে নিযুক্তি দিয়া হৈছে । তেখেতক এই নিযুক্তি দিছে উপ ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ অধ্যক্ষ হামিদ আনছাৰীয়ে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment