বিগত কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে বৰপেটা জিলাৰ চাৰিটা ৰাজহ চক্ৰ আৰু মাজলী বুৰাই পেলাইছে । সেয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এইক্ষেত্ৰত সাৱধান হৈ থাকিবলৈ সকীয়াই দিছে । মাজুলী আৰু বৰপেটা জিলাৰ প্ৰায় ২০০ খন গাওঁ বানপানীৰ কবলত পৰিছে । বানপানীয়ে বহুতো শস্য, ৰাস্তা ঘাট , দলং আদিৰ ক্ষতি সাধন কৰিছে । তদুপৰি বিভিন্ন ঠাইত ব্যাপক গৰা গৰখহনীয়াই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে অঞ্চল বিশেষে। আনহাতে, বিৰোধী দল কংগ্ৰেছে বান সাহাৰ্য যাতে প্ৰৰ্যাপ্ত যাতে হয় তাৰ দাবী উত্থাপন কৰিছে বিধান সভাত।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment