প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়--- মুখ্যমন্ত্ৰী সোণোৱালে জেদ প্লাছ নিৰাপত্তা লব লাগে । যদি তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। কালি বিধান সভাত শাসক বিৰোধীৰ সদস্য সকলে মিলি সোণোৱালক জেদ প্লাছ নিৰাপত্তা লবলৈ আহ্বান জনোৱাৰ পিছ�ত আজি গগৈয়ে আজি এই মন্তব্য কৰিছে । সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনাইছিল যে নিৰাপত্তা সংস্থা সমূহে ৰাজ্যখনৰ বিভিন্ন উগ্ৰপন্থী সংগঠন আৰু জেহাদীৰ বৰ্ধিত কাৰ্যকালাপৰ বাবে মুখ্যমন্ত্ৰীক জেদ প্লাছ নিৰাপত্তা লবলৈ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু সোণোৱালে লবলৈ অস্বীকাৰ কৰিছিল ।
Home / Uncategories / মুখ্যমন্ত্ৰী সোণোৱালক জেদ প্লাছ নিৰাপত্তা লবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ:::
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment