বৰ লুইতৰ প্ৰৱল গৰাখনীয়াৰ বাবে বৰপেটা জিলাৰ ভোগেৰপাৰ গাওঁখন অচিৰে অসমৰ মান চিত্ৰৰ পৰা নিশিহ্ন হবলৈ ওলাইছে । বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত প্ৰৱল গৰাখহনীয়া অব্যাহত থকাত আতংকময় এক পৰিবেশৰ সৃষ্টি হৈছে। গাওঁখনৰ যগেশ্বৰ বায়ন, মনোজ বায়ন, ৰাতুল বায়ন, বিপুল বায়ন আৰু ধনঞ্জয় বায়নৰ ঘৰ যিকোনো মুহূৰ্ততে নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। সেয়ে নিজ ঘৰ ভাঙি, টালি টোপোলা লৈ চকুপানী টুকি টুকি এৰিবলৈ বাধ্য হল মৰমৰ নিজ গাওঁখন। অথচ এই লৈ চৰকাৰৰ কোনো খবৰেই নাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment