বাংলাদেশ চৰকাৰে ইতিমধ্যে ইছলামিক ধৰ্ম গুৰু জাকিৰ নাইকৰ পিছ টিভি বিসিদ্ধ কৰাৰ পিছত এইবাৰ তেওঁৰ পিছ মোবাইল ফোনোও নিসিদ্ধ কৰিছে । এই সম্পৰ্কত Bangladesh Telecommunication Regulatory Authority (BRTC)ৰ অধ্যক্ষ ছাহজাহান মাহমুদে কয়- চৰকাৰৰ এক নিৰ্দেশ মৰ্মে বাংলাদেশত জাকিৰ নাইকৰ পিছ মোবাইল ফোনৰ ব্যৱহাৰ নিসিদ্ধ কৰি দিয়া হৈছে । উল্লেখযোগ্য যে Bexim Co Group Importerনামৰ কোম্পানীটোৱে বাংলাদেশত Islamic Handset হিচাবে উক্ত মোবাইল ফোন বিক্ৰী কৰি আহিছিল । তেওঁলোকে মোবাইলটোৰ ওৱাল পেপাৰত কোৰাণৰ বাণী লিখাৰ লগতে প্ৰাৰ্থনাৰ সময় সূচী উল্লেখ কৰিছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment