কনজাৰভেটিভ পাৰ্টিৰ থেৰেছা মে' ইংলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী মন্ত্ৰী হিচাবে নিৰ্বাচিত হৈছে । ৫৯ বছৰীয়া মে'ই হৈছে ইংলেণ্ডৰ দ্বিতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰী। পূৰ্বৰ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰণে পদত্যাগ কৰাত এই দায়িত্ব গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে তেওঁ কেমেৰণ মন্ত্ৰী সভাৰ তেওঁ মহিলা আৰু সমতা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment