ইছলাম সম্প্ৰদায়ৰ এটি গোটে ইছলামিক ধৰ্ম গুৰু জাকিৰ নাইকক হত্যা কৰিলে ১৫ লাখ টকা পুৰস্কাৰ হিচাবে দিব বুলি ঘোষণা কৰিছে চিয়া মুছলমান সম্প্ৰদায়ৰ গোট হুছেইনী টাইগাৰ্ছে। জাকিৰ নাইকক খলনায়ক আখ্যা দি টাইগাৰ্ছে কয়--- ধৰ্ম গুৰুজনে পয়গম্বৰ মহম্মদক অপমান কৰিছে । সেয়ে তেওঁক হত্যা কৰিলে এই পুৰস্কাৰ দিয়া হব বুলি গোটটোৰ নেতা ছয়ীদ কালবে হুছেইনে ঘোষণা কৰিছে । নাইকক নাস্তিক আখ্যা দি নাকভিয়ে আৰু কয়-'ইছলাম বিৰোধী অপশক্তিবোৰক অনুপ্ৰাণিত কৰিছে নাইকে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment