NDFB(S)ৰ এজন কেডাৰ নিহত:: অস্ত্ৰ সস্ত্ৰ জব্দ

অসম আৰক্ষীৰে আজি কোকৰাঝাৰত হোৱা এক সংঘৰ্ষত এজন NDFB(S) কেডাৰ নিহত হৈছে । নিহত কেডাৰজন হৈছে  আগুন বসুমতাৰী । তেওঁ NDFB(S)ৰ নেতা বি বিদাইৰ অতি ঘনিষ্ঠ আছিল। তেওঁৰ পৰা এটি অত্যাধুনিক AK-81 ৰাইফল, দুটা হঁস্ত নিৰ্মিত গ্ৰেনেড, গুলী আৰু কিছু নগদ টকা পোৱা গৈছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment