জিঅ’ গ্ৰাহকৰ বাবে সুখবৰ



## জিঅ’ গ্ৰাহকৰ বাবে বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে।
## এতিয়ালৈ ৫০ মিলিয়ন গ্ৰাহকে ব্যৱহাৰ কৰিছে ৰিলায়েন্স জিঅ’। তদুপৰি প্ৰতিদিনে ৬ লাখ নতুন গ্ৰাহকে ব্যৱহাৰ কৰিছে জিঅ’।
## বিশ্বৰ দ্ৰুততম বিকশিত তথ্য প্ৰযুক্তিৰ কোম্পানীত পৰিণত ৰিলায়েঞ্চ জিঅ’।
## ফেচবুক, হোৱাট্ছ এপতকৈও জিঅ’ৰ বিকাশৰ হাৰ অধিক বুলি মন্তব্য ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষগৰাকীৰ।
## চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ উপলব্ধ হ’ব ৱেলকাম অ’ফাৰ।
## ২০১৭ চনৰ ৩১ মাৰ্চলৈ জিঅ’ গ্ৰাহকে পাব ফ্ৰী কল ফ্ৰী ডাটা। বৰ্তমানৰ গ্ৰাহকেও পাব বৰ্ধিত সুবিধা।
## মাথোঁ ৫ মিনিটতে এক্টিভ হ’ব আপোনাৰ জিঅ’ ছিম। জিঅ’লৈ MNP সেৱা আৰম্ভ।
## জিঅ’ত কল ব্লক আটাইতকৈ কম বুলি উল্লেখ কৰি আম্বানীয়ে কয় যে এতিয়া আপুনি ঘৰতে বহি পাব জিঅ’ ছিম। হোম ডেলিভাৰী হ’ব জিঅ’ ছিম।
##  বিশ্বৰ ১০ অগ্ৰণী ডিজিটেল প্ৰতিষ্ঠানত পৰিণত হৈছে জিঅ’।
Share on Google Plus

About Unknown

0 comments:

Post a Comment