অসম লোকসেৱা আয়োগৰ অধীনৰ মীন, ৰেঞ্জাৰ, সমাজ-কল্যাণ, স্বাস্থ্য বিষয়াৰ পৰীক্ষা বাতিল কৰা হৈছে। আনহাতে জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা, খণ্ড উন্নয়ন বিষয়া, সহকাৰী খাদ্য পৰিদৰ্শক আৰু ডিফু কলেজৰ বিষয় শিক্ষক পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। অসম লোকসৱো আয়োগ নতুনকৈ গঠন নোহােৱা পর্যন্ত উক্ত পৰীক্ষা স্থগিত ৰখা হৈছে। অসম লোকসেৱা আয়ােগৰ এক সূত্রই এই কথা সদৰী কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment