মহাত্মা গান্ধীৰ নাতিয়েক কানু ৰামদাস গান্ধীৰ মৃত্যু:



মহাত্মা গান্ধীৰ নাতিয়েক কানু ৰামদাস গান্ধীৰ কালি মৃত্যু হৈছে। নাছাৰ বিজ্ঞানী কানু গান্ধীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ। উল্লেখ্য যে ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা দাণ্ডি যাত্রা আৰু নিমখ বর্জন সত্যাগ্রহত সেই সময়ৰ শিশু কানুয়ে মহাত্মা গান্ধীৰ সঙ্গী আছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment