১৭০ খনি গুজৰাটৰ চহৰক মুকলিত মলত্যাগৰ পৰা মুক্ত এলেকাৰূপে ঘোষণা



গুজৰাটৰ জাতিৰ পিতা মহাত্মা পোৰবন্দৰকে ধৰি ১৭০ খন চহৰক মুকলিত মলত্যাগমুক্ত হিচাপে ঘোষণা কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে কেন্দ্রীয় চহৰ উন্নয়ন দপ্তৰৰ মন্ত্রী এম ভেংকায়া নাইডুৱে প্রধানমন্ত্রী মোডীৰ স্বচ্ছ ভাৰত অভিযানত অংশগ্রহণ কৰি দেশক পৰিস্কাৰ- পৰিচছন্ন কৰাৰ বাবে নাগৰিকসকলৰ প্রতি আহ্বান জনায়। তেওঁ কয়— “গান্ধীজীয়ে স্বাধীনতা লাভৰ বাবে সকলোকে সত্যাগ্রহী হ’ব লাগিব বুলি কোৱাৰ দৰেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে পৰিষ্কাৰ ভাৰতৰ বাবে সকলোৱে স্বচ্ছগ্রাহী হ’ব লাগিব বুলি আহ্বান দিছে৷”
Share on Google Plus

About Unknown

0 comments:

Post a Comment