উচ্চ ন্যায়ালয়ৰ ৰায়::শাহুৰ -শাহু দুর্ব্যবহাৰৰ কৰিলে স্বামীয়ে পত্নীক কৰিব পাৰিব বিবাহ বিচ্ছেদ্



বৃদ্ধকালত পিতৃ-মাতৃক পত্নীৰ দুর্ব্যবহাৰৰ বাবে বাধ্যত পৰি স্বামীয়ে অবজ্ঞা কৰা কার্য্যৰ বিৱুদ্ধে উচ্চ ন্যায়ালয়ত কালি এক গুৰুত্বপূর্ণ ৰায়দান কৰে। ৰায়টােত কয় যে এজন হিম্দু স্বামীয়ে তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ্ কৰিব পাৰে, যদিহে বৃদ্ধকালত স্বামীৰ পিতৃ মাতৃক অৱহেলা কৰে। ৰায়টােত কোৱা হয় যে এগৰাকী মহিলা স্বামীৰ পৰিয়ালৰ অংশ। | গতিকে বৃদ্ধ পিতৃ-মাতৃক কাৰণ হিচাপে লৈ স্বামীক পৃথক কৰাৰ চেষ্টা বিবাহ বিচ্ছেদৰ একমাত্ৰ কাৰণ হ’ব পাৰে। কর্ণাটকৰ এটা দম্পতীৰ শেহতীয়া এক সংঘাতক লৈ কালি উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment