কাইলৈ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ শুনানি:: ৪ সংগঠনক আমন্ত্ৰণ

নাগৰিকত্ব(সংশোধনী) বিধেয়ক, ২০১৬ পুনৰীক্ষণৰ বাবে গঠন কৰি দিয়া সংসদীয় যুটীয়া বাচনি সমিতিখনে কাইলৈ (১৩ অক্টোবৰ)  শুনানি গ্ৰহণ কৰিব ৷ এই শুনানিত অংশ ল'বলৈ অসমৰ পৰা ৪টা সংগঠনে আমন্ত্ৰণ লাভ কৰিছে ৷ সংগঠন কেইটা হ'ল…

১/ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন ৷
(প্ৰতিনিধি - কমল চৌধুৰী )

২/হিন্দু আইন কোষ,অসম প্ৰদেশ কমিটি
( প্ৰতিনিধি- ধৰ্মানন্দ দেৱ,আহ্বায়ক)

৩/Citizen rights preservation committee
(প্ৰতিনিধি-নৃপেন্দ্ৰ কুমাৰ সাহা,সভাপতি)

৪/All India bangalee national council,assam
(প্ৰতিনিধি-কিশোৰ চেটাৰ্জী,সভাপতি)

       এওঁলোকে  যুক্তি দিব আহিব অসমত হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব লাগে নে নালাগে !

Share on Google Plus

About Unknown

0 comments:

Post a Comment