আৰ এছ এছৰ নতুন ইউনিফর্ম:: সলনি হল ৯০ বছৰীয়া পৰম্পৰা


RSS Dons Trousers, Says Goodbye to Khaki Shorts

আৰ এছ এছৰ প্ৰতিষ্ঠা দিৱস আৰু বিজয়া দশমীৰ উদযাপনৰ দিনাই সলনি হ’ল ৯০ বছৰীয়া ট্রেড মার্ক আৰ এছ এছৰ ইউনিফর্মে। পূৰ্বৰ খাকী হাফপেন্টৰ সলনি কালিৰে পৰা আনুষ্ঠানিকভাৱে খাকী লংপেণ্ট পৰিধান কৰাৰ পৰম্পৰা আৰম্ভণি হ’ল আৰ এছ এছৰ। উল্লেখ্য যে ১৯২৫ চনতে স্থাপন হােৱা আৰ এছ এছৰ ১৯৩৯ চনলৈ ইউনিফর্ম খাকী আছিল যদিও ১৯৪০ চনত বগা ছার্টেৰে ইউনিফর্মটাে সলনি কৰা হয়। তেতিয়াৰে পৰা খাকী হাফপেন্ট পৰিধান কৰি থকা আৰ এছ এছৰ সদস্যই আজিৰে পৰা খাকী লংপেণ্ট পৰিধান কৰাৰ প্রক্রিয়া আৰম্ভ হ’ল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment