ফেছবুক আৰু সাম্প্ৰদায়িক পষ্ট::মানসিকতা সলনি কৰক




ডাঙৰ ডাঙৰ দলৰ ডাঙৰ ডাঙৰ নেতা সকলে ধম্মীয় বিষবাষ্প বিয়পাই উচতনিমূলক ভাষণেৰে সমগ্ৰ ভাৰতক communally polluted কৰি পেলাইছে ।
আজিকালি ফেছবুক খুলিলেই সাম্প্ৰদায়িক পষ্ট....সচাঁই মিছাই লিখি, ফটো দি মানুহক উচতাই থাকে, তাতে আকৌ নদাই-ভদাই কিছুমানৰ comments কি চাবা.......
নিজৰ বাবে নিজৰ ধম্মটোৱেই উত্তম, সেইবুলি অন্য ধম্মক অসন্মান কৰাৰ অধিকাৰও কাৰো নাই, যি আন ধম্মক সন্মান কৰিব নেজানে সি কি নিজৰ ধম্ম পালন কৰিব ?
হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক ফেছবুকত এনেকুৱা সাম্প্ৰদায়িক পষ্ট, মেছেজ, টেগ, ছেয়াৰ, কমেন্ট আদি কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ বাহিৰে উপাই নাই ।
মানসিকতা সলনি কৰক, অন্তত অসম ৰাজ্যত এইবোৰ একেবাৰে শোভা নাপায় ।
[প্ৰেৰক ::Sofiur Talukdar]
Share on Google Plus

About Unknown

0 comments:

Post a Comment