চিৰাংত ৫ জন NDFB(S) কেডাৰ গ্ৰেপ্তাৰ:::

ধন দাবীৰে ধন সংগ্ৰহ কৰি ম্যানমৰত থকা উগ্ৰপন্থী সংগঠনলৈ ধন প্ৰেৰণ কৰা NDFB (S)ৰ ৫জন কেডাৰক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে । এক গোপন সূত্ৰৰ পম খেদি চিৰাং আৰক্ষী আৰু সেনাই অভিযান চলাই জিলাখনৰ ব্যৱসায়ী আৰু বিভিন্ন ব্যক্তিক ধন দাবী কৰা NDFB(S)ৰ কেডাৰ কেইজনক আটক কৰিছে  বুলি আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই জানিবলৈ দিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment