উৰিষ্যাত ভয়ংকৰ বাছ দুৰ্ঘটনা::২২জনৰ মৃত্যু


উড়িষ্যাৰ আংগুলত শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় ২২ জনকৈ যাত্ৰী। মনাত্ৰিত নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট দ' খাৱৈত বাগৰি পৰিছিল  যাত্ৰীবাহী বাছখনি। বৌধৰ পৰা আগুললৈ ৫০জন যাত্ৰী কঢ়িয়াই নিছিল বাছখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ২৫ জন যাত্ৰী। বাছখনৰ অধিকাংশ যাত্ৰী আছিল কলেজীয়া শিক্ষাৰ্থী।  
Share on Google Plus

About Unknown

0 comments:

Post a Comment