ই-ৰিক্সাৰ চালকৰ আসনত যুৱতী :: কৰ্ম স্পৃহাৰ অন্যতম নিৰ্দশন স্বর্ণ গগৈ চেতিয়া

এক শক্তিশালী সুন্দৰ মনৰ অধিকাৰী হলে মানুহে সকলো কামেই কৰিব পাৰে। তাৰেই এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে দুলীয়াজানৰ মহিলা স্বর্ণ  গগৈ চেতিয়াই । সাধাৰণতে মহিলাই ৰিক্সা জাতীয় বাহন নচলায় যদিও মঞ্জুক তাৰ ব্যতিক্রম দেখা গৈছে। স্বাৱলম্বী মনৰ অধিকাৰী  স্বর্ণ  গগৈ চেতিয়াই সম্প্ৰতি দুলীয়াজানত ই-ৰিক্সা চলাই উপাৰ্জনৰ পথ মোকলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। স্বর্ণৰ এই যাত্ৰা সফল হওঁক তাৰেই কামনা কৰিছো।
Share on Google Plus

About Unknown

0 comments:

Post a Comment