আমি গঢ়িব লাগিব এটা সুস্থ-সবল জাতি আৰু এখন শান্তিপূৰ্ণ সমৃদ্ধিশালী দেশ,ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব সঠিক আধ্যাত্মিক চৰ্চ্চা আৰু আধ্যাত্মিক শিক্ষাৰ ৷ আধ্যাত্মিক জ্ঞানে হৈছে এজন সৎব্যক্তিৰ মেৰুদণ্ড, এই জ্ঞানে এজন মানুহৰ মনত সংযমী আৰু একাত্মবোধ ভাৱৰ সৃষ্টি কৰে ৷ কালি যোৰহাটৰ শ্ৰী শ্ৰী আউনীঅটী সত্ৰৰ প্ৰকল্পত গঢ় লোৱা "আধ্যাত্মিক মহাবিদ্যালয়"ৰ গ্ৰন্থাগাৰ উন্মোচন সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয় ৷
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment