ষ্টাৰ চিমেন্টৰ কাৰ্যালয়ত কৃষক মুক্তিৰ ধৰ্ণা:: চিমেন্টৰ দাম কমাবলৈ হল বাধ্য


গুৱাহাটীৰ ষ্টাৰ চিমেণ্টৰ কাৰ্যালয়ৰ সন্মুখত আজি কৃষক মুক্তিয়ে এক  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চিমেণ্টৰ মূল্যবৃদ্ধি কৰাৰ প্ৰতিবাদত অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তিৰ সদস্যই ঘেৰাও কৰে ষ্টাৰ চিমেণ্টৰ কাৰ্যালয়। প্ৰতিবাদস্থলীত অখিল গগৈৰ দাবী– 'RSSক কমিছন দিয়াৰ বাবেই চিমেণ্টৰ দাম বৃদ্ধি। নিজ খেয়াল–খুচিত দাম বৃদ্ধিক লৈ জৰিমনা বিহাৰ পিছতো লৰা নাই গা।' সেয়ে চিমেন্টৰ দাম কমাবলৈ দাবী জনায়।
  পিছত এই দাবীত সেও প্ৰতি বেগত ৩০ টকাকৈ কমাবলৈ বাধ্য হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment