ৰঙিয়াত ২জন নাৰী সৰবহৰাকাৰী গ্ৰেপ্তাৰ:: ৭জনী কিশোৰী উদ্ধাৰ

ৰঙিয়া ৰেলৱে আৰক্ষীয়ে এক অভিযান চলাই আজি ৰেল যোগে মুম্বাইলৈ নিব খোজা ৭ জনী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই সম্পৰ্কত জড়িত গুণধৰ দাস আৰু শান্তি মুণ্ডা বড়োক আৰক্ষী গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ জেৰাত শান্তিয়ে এই কাৰ্য্যত পূৰ্বৰে পৰা জড়িত থকা বুলি স্বীকাৰ কৰাৰ লগতে কিশোৰী কেইজনীক মুম্বাইৰ নাৰী চক্ৰৰ ওচৰত বিক্ৰী কৰিলেহেঁতেন বুলি জানিবলৈ দিয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment