কাছাৰত ভূমিস্থলনৰ ফলত একেটা পৰিয়ালৰ পাঁচজন মৃত্যু

কাছাৰ জিলাৰ ভুবন পাহাৰৰ খাচীয়াপুঞ্চিৰ চৌকীঘালত কালি হােৱা ভয়াৱহ ভূমিস্থলনৰ ফলত একেটা পৰিয়ালৰ পাঁচজন লোকৰ শোকাৱহ মৃত্যু হয়।মৃত্যু হােৱা লোক কেইজন হৈছে -- লুমিল্যােলা মুৰাং (৪৫), ৱাৰলিছ লুমিৰাম (২২), দীপেৰ সংবাৰ আৰু তেওঁৰ পুত্ৰ দিবাৰ হামুৰাং (৪), কন্যা আনিছা লামুৰাম (৩)

Share on Google Plus

About Unknown

0 comments:

Post a Comment