পেট্ৰ’লৰ ৩.৩৮ টকা, ডিজেলৰ ২৬৭ টকা মূল্যবৃদ্ধি


ৰাজহুৱা খণ্ডৰ বৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচনে যোৱা মাজনিশাৰ পৰা কাৰ্যকৰী হােৱাকৈ প্রতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ৩.৩৮ টকা আৰু ২.৬৭ টকা বৃদ্ধি কৰা হৈছে বুলি বিবৃতিযোগে প্রকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্রতি বেৰেল ইন্ধনত ১৩ শতাংশ মূল্য বৃদ্ধি পোৱাৰ লগতে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্রাস পোৱাত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি আই অ’ চিৰ বিবৃতিত প্রকাশ। মন কৰিবলগীয়া যে ১৫ আগষ্টত পুনৰ মূল্য নির্ধাৰণ প্রক্রিয়াত প্রতিলিটাৰ পেট্ৰ’লত ১ টকা আৰু ডিজেলত ২টা হ্রাস কৰি কিছু সকাহ দিছিল যদিও পুনৰ মূল্যবৃদ্ধিৰে দেশবাসীক আশাহত কৰিলে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment