কুত কাঁহৰ টুকুৰা পৰি আঘাতপ্ৰাপ্ত কঁহাৰ শিল্পী ::: সাহাৰ্যৰ প্ৰয়োজনফলত সোচকুটোৰ মণি ফাটি যায় । সম্প্ৰতি এইগৰাকী যুৱ কাঁহ শিল্পীয়ে চকুটো হেৰুওৱাৰ উপক্ৰম হৈছে । এই যুৱ কাঁহ শিল্পী মনোজ তামুলীৰ চিকিৎসাৰ দায়িত্ব চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লৱনে ! উন্নত চিকিৎসাৰ বাবে এতিয়া এই দুৰ্ভগীয়া শিল্পী গৰাকীক প্ৰয়োজন আৰ্থিক সহায়ৰ । অসমৰ জাতীয় সম্পদ কাঁহ শিল্পত নিয়োজিত হৈ থকা এই শিল্পী সকলৰ যেন কোনো নিৰাপত্তা নাই । অসমীয়া সংস্কৃতিৰ বাহক কাহ শিল্পৰ এই গৰাকী শিল্পীক অকনমান সহায় কৰিব নোৱাৰিনে ।
Home / কুত কাঁহৰ টুকুৰা পৰি আঘাতপ্ৰাপ্ত কঁহাৰ শিল্পী ::: সাহাৰ্যৰ প্ৰয়োজন
/ চকুত কাঁহৰ টুকুৰা পৰি আঘাতপ্ৰাপ্ত কঁহাৰ শিল্পী ::: সাহাৰ্যৰ প্ৰয়োজন
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment