আজি দুপৰীয়াৰ মুখ্য বাতৰি সমূহ ::



১। ৪৮ ঘণ্টাত পঞ্চমবাৰলৈ যুদ্ধবিৰতি চুক্তি উলংঘা পাকিস্তানৰ। জম্ম-কাশ্মীৰ সীমান্তৰ আখনুৰত নিশা ভাৰতীয় সেনাক উদ্দেশ্যি গুলীবৰ্ষণ পাক সেনাৰ। ভাৰতীয় সেনায়ো দিলে প্ৰত্যুত্তৰ।
২। পাক অধিকৃত কাশ্মীৰত ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতি। ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ সীমান্তবাসীয়ে এৰিছে ঘৰ।
৩। গোলাঘাটৰ অপহৃত ব্যৱসায়ী ভাস্কৰ কাকতিৰ ২৫ দিনে নাই সন্ধান। গোলাঘাট আৰক্ষী নিৰ্বিকাৰ, পৰিয়ালৰ হাহাকাৰ।
৪। মৰ্ত্যলৈ নামিল মা দুৰ্গা। মহালয়াক লৈ পুৱতিনিশাৰ পৰা উখল-মাখল ৰাজ্য। মঠ-মন্দিৰ, পথ সকলোতে ভক্তৰ ভিৰ।
৫। মাজত মাত্ৰ কেইটামান ঘণ্টা। ISLৰ জ্বৰত আক্ৰান্ত গুৱাহাটী। সৰুসজাইত শনিবাৰৰ উদ্বোধনী অনুষ্ঠানত আলীয়া, বৰুণ ধাৱান, জেকলিন, শচীনসহ ভিৰ লাগিব অসংখ্য চেলিব্ৰেটিৰ।
৬। ইডেনত নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টচত জিকি বেটিং টীম ইণ্ডিয়াৰ। ব্যৰ্থ অ’পেনাৰ শিখৰ ধাৱান। ১ ৰানতে পেভেলিয়নমুখী হ’ল ধাৱান।[September 30,2016 - HEADLINES AT 11 AM]
Share on Google Plus

About Unknown

0 comments:

Post a Comment