দুৰ্নীতিৰ বাবে মন্ত্ৰী গোহাইক উচতনি:: এজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক দুৰ্নীতিৰ বাবে উচতনি দিয়াৰ অভিযোগত আৰক্ষীৰ জালত উচতনি দিয়া এটা দল। দিল্লীত গোহাঁইৰ চৰকাৰী আৱাসত আৰক্ষীৰ দলত পৰে অৰুণ শৰ্মাৰ নেতৃত্বত যোৱা এই দলটো। এজন জ্যেষ্ঠ ৰাজনৈতিক নেতাই দলটোক পঠোৱাৰ অভিযোগ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment