কলকাতাত এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰা হৈছে। এই ঘটনাত জড়িত দুজন ওলা কেবৰ চালকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে । কালি পুৱা পাঁচ বজাত পদপথত পৰিয়ালৰ সৈতে বাস কৰা কিশোৰী গৰাকীক ওলা কে বৰ চালকদ্বয় শংকৰ শ্ব আৰু গুডভু সিঙে অপহৰণ কৰি পিচত ফ্লাই অ’ভাৰৰ তললৈ নি বলাৎকাৰ কৰে। দুষ্কার্যৰ পিচত কিশোৰীগৰাকীক ডিঙি চেপি হত্যা কৰে আৰু মৃতদেহটাে ফ্লাই অ'ভাৰৰ কাষৰ এটা নর্দমাত দলিয়াই দিয়ে। আৰক্ষীৰ মতে ৱাটগঞ্জ এলেকাত প্ৰচুৰ সুৰাপান কৰি দুই চালকে অপকর্ম কৰিছিল।
Home / কলকাতাত ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ;; দুজন ওলা কেবৰ চালকক গ্রেপ্তাৰ
/ কলকাতাত ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ;; দুজন ওলা কেবৰ চালকক গ্রেপ্তাৰ
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment