কেন্দ্রীয় চৰকাৰে বিদেশী বিনিয়োগকাৰীৰ বাবে এক নতুন নীতি গ্রহণ কৰিছে। এই নতুন নীতিৰ অধীনত কমেও দহ কোটি টকা বিনিয়োগ কৰিলে এজন বিদেশী বিনিয়োগকাৰীয়ে ভাৰতত বাস কৰাৰ সুবিধা পোৱাৰ লগতে সহজতে ভিছা আৰম্ভ পৰিয়ালৰ সদস্যৰ নিয়োগৰ সুযোগ পাব। কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচতে বিত্ত মন্ত্রী অৰুণ জোঁটলিয়ে কয় যে যদি এজন বিদেশীয়ে ভাৰতত ১৮ মাহৰ ভিতৰত নূ্যনতম দহ কোটি টকা বা ৩৬ মাহৰ ভিতৰত ২৫ কোটি টকা বিনিয়োগ কৰে, তেন্তে ভাৰতত অন্যান্য সুবিধাৰ লগতে সম্পত্তি ক্ৰয়াৰাে অনুমতি পাব।
Home / Uncategories / কেন্দ্রীয় চৰকাৰৰ নতুন নীতি;; দহ কোটি টকা বিনিয়োগ কৰিলে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতত বাস কৰাৰ সুবিধা পাব
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment