বৰপেটাৰোডত ৰেলে কাটিলে মহিলাক::::

এগৰাকী মহিলাক বৰপেটাৰোডৰ সমীপৰ জাখলিবিলত আজি পুৱাতে ৰেলে কটাত চূৰ্ণ বিচূৰ্ণ হয় মহিলা জনীৰ দেহ। পুৱাৰ ভাগতে ডেকাৰগাওঁ নামৰ ৰেলখনে মহিলাজনীক কাটি থৈ যায় । মহিলাজনীৰ দেহটো তিনি টুকুৰা কৰাত তেওঁক চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে স্থানীয় ৰাইজে এয়া আত্মহত্যা বুলি সন্দেহ কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment